Commons:Upload Wizard/as

Shortcut: COM:WIZ

আপল'ড ৱিজাৰ্ড হৈছে ৱিকিমিডিয়া কমন্সত নথি আপল'ডৰ বাবে থকা ডিফল্ট পদ্ধতি। তলৰ পৰ্দাচিত্ৰবোৰত এটা আদৰ্শ আপল'ড পদ্ধতি বৰ্ণনা কৰা হৈছে। আপল'ড প্ৰক্ৰিয়াৰ আৰম্ভণিতে, ব্যৱহাৰকাৰীৰ সন্মূখত এখন অনুজ্ঞাপত্ৰ সহায়িকা প্ৰদৰ্শিত হয়। দ্বিতীয় পদক্ষেপত সদস্যজনে আপল'ডৰ বাবে এখন বা একাধিক (এবাৰত সৰ্বাধিক ৫০ টালৈকে) নথি নিৰ্বাচন কৰিব পাৰে আৰু আপল'ড আৰম্ভ কৰিব পাৰে। তৃতীয় পদক্ষেপত, সদস্যজনে নথিৰ অনুজ্ঞাপত্ৰৰ স্থিতি স্পষ্ট কৰিব লাগে। চতুৰ্থ পদক্ষেপত তেওঁ প্ৰতিটো নথিৰ চমু বিৱৰণ সংযোগ কৰিব লাগে। If the files are uploaded successfully, the results are summarized in the final step to make it easy to copy and paste file information for the intended use.

আপল'ড ৱিজাৰ্ডত কেইবাখনো নথি আপল'ডৰ পৰ্দাচিত্ৰ
আপল'ড ৱিজাৰ্ডত কেইবাখনো নথি আপল'ডৰ পৰ্দাচিত্ৰ

আপল'ড ৱিজাৰ্জৰ লগত জড়িত নিৰ্ণায়ক উৎসসমূহ

 See also শ্ৰেণী: UploadWizard.
Category:UploadWizard/Translations#! Category:Commons gadgets enabled by default/as#/Translations}}
Category:Commons gadgets enabled by default/as Category:UploadWizard/Translations